নাগৰিকত্ব (সংশোধনী) আইন, 2019 বাতিলৰ দাবীত প্ৰতিবাদী ৰেলী - নাগৰিকত্ব (সংশোধনী) আইন, 2019 বাতিলৰ দাবীত প্ৰতিবাদী ৰেলী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 21, 2020, 11:40 PM IST

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত জিনজিয়াত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে চিপি আই (এম এল) আৰু বিভিন্ন সংগঠনে ৷ প্ৰতিবাদৰ মাজতে চি পি আই(এম এল)ৰ কেন্দ্ৰীয় নেতা বিবেক দাসে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা অসমৰ ৰাইজে বিশ্বাস নকৰে আৰু আমিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা বিশ্বাস নকৰো বুলি উল্লেখ কৰে ৷ একেদৰেই বিশ্বনাথৰ চাপ্লাই তিনিআলিত আন এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI),ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (DYFI) আৰু আদিবাসী ছাত্ৰ সন্থা (AASSA)ই ৷ এই প্ৰতিবাদী সভাত উপস্থিত আছিল মৃণাল বৰা, ছাত্ৰ নেতা (জেএনইউ), সুপ্ৰকাশ তালুকদাৰ, সম্পাদক সাপ্তাহিক গণশক্তি, স্বৰূপ শইকীয়া, ছাত্ৰ নেতা, কটন বিশ্ববিদ্যালয় আৰু মেষলাচ তপ্প, উপ-সভাপতি আছা ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.