এৰালীগাঁৱত বড়ো জনগোষ্ঠীৰ বৈশাগু উদযাপন - ETV BHARAT

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 19, 2019, 10:57 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত অসমবাসী ৰাইজে উলহ মালহেৰে ৰঙালী বিহু পালন কৰাৰ সময়তে পিছপৰি ৰোৱা নাই বড়ো জনগোষ্ঠীৰ লোক সকলো ৷ শোণিতপুৰ চাৰিদুৱাৰৰ এৰালীগাঁৱত বড়ো লোকসকলে উলহ - মালহেৰে পালন কৰে বৈশাগু উৎসৱ ৷ থাম, যঠা, চিফুং আৰু মাদলৰ শব্দত মুখৰিত হৈ পৰে এৰালীগাঁও অঞ্চলটো ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.