অপৰাধ নিয়ন্ত্ৰণত কিয় ব্যৰ্থ অসম আৰক্ষী ?

By

Published : Jun 8, 2019, 7:53 PM IST

Updated : Jun 8, 2019, 9:05 PM IST

thumbnail

8 জুন, গুৱাহাটীঃ গৃহ মন্ত্ৰনালয়ৰ এক সমীক্ষাত পোহৰলৈ আহিছে অসম আৰক্ষীৰ বাস্তৱ ছবি ৷ সেই সমীক্ষা অনুসৰি ১৯৯৮ চনত ১০০ জন আৰক্ষীৰ বিপৰীতে প্ৰায় ১২ খন গাড়ী অনুমোদিত হৈছিল ৷ কিন্তু সেই সংখ্যা ২০০৮ বৰ্ষত হ্ৰাস পায় ৫ খন গাড়ীলৈ। সমান্তৰালভাৱে ১০০ জন আৰক্ষীৰ বিপৰীতে প্ৰায় ৩০ টা আৱাসগৃহ অনুমোদিত হৈছিল ১৯৯৮ চনত ৷ ইয়াৰ পৰিমানো হ্ৰাস প্ৰায় ২০০৮ বৰ্ষত আৱাসগৃহৰ সংখ্যা হয়গৈ ১৩ টা ৷ শেহতীয়া তথ্য অনুসৰি অসম আৰক্ষীৰ ৬৫ হাজাৰ জোৱান শক্তি আছে যদিও বিভাগটোৰ ভিন্ন শাখাত খালী হৈ আছে ৯৫০০ টা পদ ৷

Last Updated : Jun 8, 2019, 9:05 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.