বহিৰাগত বনিয়া গোষ্ঠীক অসমৰ মাটি দিয়া কাণ্ডৰ বিৰোধিতা অজিত কুমাৰ ভূঞাৰ - ৰাজ্য চৰকাৰৰ ভূমি নীতিৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ
🎬 Watch Now: Feature Video
অসম চৰকাৰৰ উদ্যোগমন্ত্ৰীয়ে কৰা ঘোষণাৰ তীব্ৰ বিৰোধিতা সাংসদ অজিত কুমাৰ ভূঞাৰ ৷ অসমত বহিৰাগত উদ্যোগপতিয়ে উদ্যোগ স্থাপন কৰিব বিচাৰিলে চৰকাৰে ভূমি প্ৰদান কৰিব বুলি কৰা ঘোষণাৰ বিৰোধিতা কৰিছে সাংসদগৰাকীয়ে ৷