thumbnail

By

Published : Jul 29, 2020, 1:45 PM IST

ETV Bharat / Videos

খহনীয়া গ্ৰস্ত আৰু বন্যাৰ্তৰ মাজত আমছুৰ সাহায্য বিতৰণ

বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বালাৰপেট, ২নং বাসবাৰী আদি অঞ্চলত আই নদীৰ গৰা খহনীয়াৰ ফলত বহু লোকৰ ঘৰ বাৰী আই নদীত জাহ গৈছে, বানাক্ৰান্ত ৰাইজে সৰ্বহাৰা হৈ আশ্ৰয় শিবিৰত আশ্ৰয় ল’ব লগা হৈছে । বুধবাৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই উক্ত অঞ্চল সমুহ পৰিদৰ্শন কৰি ২৫ ঘৰ পৰিয়ালক কিছু খাদ্য সামগ্ৰী যোগান ধৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.