ৰণহুংকাৰঃ আমাৰ প্ৰথম আৰু শেষ কথা- কেব নামানো - নাগৰিকত্ব সংশোধনী বিধেয়ক
🎬 Watch Now: Feature Video

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰণহুংকাৰ। উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ লগতে অংশগ্ৰহণ কৰে বিভিন্ন দল-সংগঠন, বুদ্ধিজীৱী সমাজ, শিল্পী ৷ নূপূৰ বৰুৱাৰ প্ৰতিবেদনঃ