নগাঁৱত ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ মনোনয়ন দাখিল - নজৰুল ইছলাম
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10934402-332-10934402-1615287428538.jpg)
বিশাল শোভাযাত্ৰাৰে মনোনয়ন দাখিলৰ বাবে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় ৰাইজৰ দলৰ ৰূপহীহাট সমষ্টিৰ প্ৰাৰ্থী নজৰুল ইছলাম । এইবাৰ ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাক ৰূপহীহাটবাসীয়ে বিদায় দিয়াটো নিশ্চিত বুলি মন্তব্য কৰে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে ৷