thumbnail

By

Published : Mar 11, 2021, 10:27 PM IST

ETV Bharat / Videos

কৰিমগঞ্জত মনোনয়ন দাখিল প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদৰ

প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল অন্ত পৰাৰ পিছতে ৷ বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল কৰা দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷ তাৰ সমান্তৰালকৈ কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ পৰা মহাজোঁটৰ প্রার্থী হিচাপে মনোনয়ন দাখিল কৰিলে অসমৰ প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.