মিচিং চাং ঘৰত নৈশ যাপন গৌৰৱ গগৈৰ - অসম বচাও অভিযান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 20, 2021, 11:51 AM IST

মিচিং চাং ঘৰত নৈশ যাপন সাংসদ গৌৰৱ গগৈৰ ৷ অসম বচাও অভিযানৰ অনন্য আখৰ সাংসদ গৰাকীৰ ৷ গৌৰৱ গগৈয়ে ৯৭ নং দেৰগাঁও সমষ্টিৰ অন্তৰ্গত বাঁহফলাৰ এটা মিচিং পৰিয়ালৰ ঘৰত নৈশ যাপন কৰে ৷ কংগ্ৰেছৰ অসম বচাও কায্যসূচীৰ জৰিয়তে ৰাইজৰ লগত একাত্ম হোৱাৰ মানসেৰে সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দেৰগাঁও সমষ্টি অন্তৰ্গত বাঁহফলাৰ মিচিং গাঁৱৰ সাধাৰণ ৰাইজৰ মাজত এনেদৰে সাধাৰণ ভাবে নৈশ যাপন কৰা দেখা গ'ল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.