আমিষত পুত্ৰৰ কামৰ সন্দৰ্ভত কি ক'লে ছবি নিৰ্মাতা মঞ্জু বৰাই

By

Published : Nov 27, 2019, 7:56 PM IST

thumbnail
সদ্যমুক্তি প্ৰাপ্ত ব্যতিক্ৰমী অসমীয়া ছবি আমিষে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ ৰাইজৰ ওচৰত। আন ছবি সমূহতকৈ বহু পৃথক এই ছবিয়ে দৰ্শকক দিছে এক বিশেষ আমেজ। এই আমিষ ছবিখন চাবলৈ অনুৰাধা ছবিগৃহলৈ আহিছে ছবি নিৰ্মাতা মঞ্জু বৰা। লক্ষণীয় কথাটো হ'ল মঞ্জু বৰাৰ পুত্ৰ ঋষি বৰাই সংগীতৰ কাম কৰিছে আমিষ ছবিখনত ৷ তেওঁৰ পুত্ৰ ঋষি বৰাই ইতিপূৰ্বে মাতৃৰ ছবিত কাম কৰিছে যদিও নিজাববীয়াকৈ আমিষ ছবিতে কাম কৰাৰ প্ৰথম সুযোগ লাভ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.