thumbnail

শিলচৰত নিৰ্দলীয় প্ৰাৰ্থী ৰূপে দিলীপ কুমাৰ পালৰ মনোনয়ন দাখিল

By

Published : Mar 12, 2021, 5:48 PM IST

আজি দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিনা শিলচৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী দিলী কুমাৰ পালে মনোনয়ন দাখিল কৰে ৷ উল্লেখযোগ্য যে, দিলীপ পাল বিজেপিৰ পৰা বিধায়ক হৈ অসম বিধানসভাৰ উপাধ্যক্ষ আসন অলংকিত কৰিছিল ৷ এই বেলি টিকট লাভ নকৰাত বিজেপি দল ত্যাগ কৰাৰ লগতে শিলচৰ সমষ্টিৰ পৰা নিদৰ্লীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে তেওঁ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.