সজাগ কৰাৰ উদ্দেশ্যে গোৱা দিহা নাম এতিয়া চ'চিয়েল মিডিয়াত ভাইৰেল - Social media

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 21, 2020, 10:20 PM IST

বিশ্বনাথত এগৰাকী মহিলাৰ ব্যতিক্ৰমী প্ৰেচেষ্টা ৷ ভয়াৱহ ক'ৰণা ভাইৰাছৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে দিহা নাম পৰিৱেশন কৰি আহিছে মহিলা গৰাকীয়ে ৷ মহিলা গৰাকীৰ নাম হ'ল ৰুপালী দাস বৰা । ঘৰ বিশ্বনাথৰ গৰেহাগী গাঁৱত । মহিলা গৰাকীয়ে নিজেই দিহা নাম লিখি পৰিৱেশন কৰি আহিছে ৷ ইতিমধ্যে ৰুপালী দাস বৰাই পৰিৱেশন কৰা দিহানামটো চচিয়েল মিডিয়াত ভাইৰেলো হৈছে ৷ বৰাৰ এই পদক্ষেপক সকলোৱে ধন্যবাদৰ লগতে কৃতজ্ঞতা জনাইছে ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.