thumbnail

By

Published : Jul 3, 2021, 8:33 PM IST

ETV Bharat / Videos

গোলাঘাটত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোয়েল

গোলাঘাটত উপস্থিত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোয়েল (Anurag Goyel) । গোলাঘাটত উপস্থিত হৈ জিলা খনত ভয়াৱহৰূপত বৃদ্ধি পোৱা ক’ভিড (Covid 19) পৰিস্থিতিৰ ওপৰত গোলাঘাটৰ জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে । লগতে গোলাঘাট জিলাত ক’ভিড (Covid 19) নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সকলো ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মন্তব্য কৰে প্ৰধান সচিব গৰাকীয়ে । জিলা খনৰ হট স্প’ট (Hot spot) সমূহত মাইক্ৰ’ কন্টেইনমেন্ট জ'ন কৰা হ'ব বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগৰ সচিব গৰাকীয়ে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.