তামুলপুৰত 61 সংখ্যক বড়ো সাহিত্য সভাৰ লাইখুটা স্থাপন

By

Published : Mar 27, 2022, 10:51 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail
আগন্তুক এপ্ৰিল মাহৰ 27ৰ পৰা 29 তাৰিখলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তামুলপুৰত অনুষ্ঠিত হ'বলগীয়া 61 সংখ্যক বড়ো সাহিত্য সভাৰ লাইখুটা স্থাপন(Lai khuta set up of 61th Bodo Sahitya Sabha) ৷ উক্ত অনুষ্ঠানত উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৷ লাইখুটা স্থাপনৰ লগতে অনুষ্ঠানত ভাষণ প্ৰদান কৰে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে ৷ ইফালে লাইখুটা স্থাপন অনুষ্ঠানৰ মাংগলিক কাৰ্যত উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো, বিটিচিৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য, এমচিএলএ(MCLA), বড়ো সাহিত্য সভাৰ বিষয়ববীয়া, অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াৰ লগতে একাংশ স্থানীয় ৰাইজ ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.