thumbnail

By

Published : Mar 11, 2022, 1:33 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

ETV Bharat / Videos

বোকাখাতত কলপাতত পুৰিৰ সোৱাদ ল'লে মাজুলীৰ ন-বিধায়ক ভূৱন গামে

মাজুলীৰ উপ-নিৰ্বাচনত(Majuli Bye election result 2022) জয়ী হৈ বিধায়ক হিচাপে শুকুৰবাৰে প্ৰথমবাৰৰ বাবে গুৱাহাটী অভিমুখে ৰাওনা হয় ভূৱন গাম । যাত্ৰাপথত বোকাখাতত কলপাতৰ পুৰিৰ খোৱাদ ল’লে ন-বিধায়কগৰাকীয়ে । কলপাতৰ পুৰিৰ সোৱাদ লৈ আনন্দিত মাজুলীৰ বিধায়কগৰাকী । ইফালে নিৰ্বাচনত জয়ী হৈ মাজুলীৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিলে ভূৱন গামে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে দলীয় কাৰ্যকৰ্তাসকলকো ধন্যবাদ জ্ঞাপন কৰে ভূৱন গামে । মাজুলীক লৈ নতুন পৰিকল্পনাৰ বিষয়েও সংবাদমাধ্যমৰ আগত উল্লেখ কৰিলে ন-বিধায়ক ভূৱন গামে ।
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.