বিহাৰত কোশী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বিদ্যালয় - বিহাৰৰ ভাগলপুৰ জিলাৰ নৌগাছিয়া

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 14, 2020, 4:00 PM IST

বিহাৰত আৰম্ভ হৈছে ধাৰাষাৰ বৰষুণ আৰু বানৰ সংহাৰী ৰূপ ৷ বিহাৰৰ ভাগলপুৰ জিলাৰ নৌগাছিয়াত কোশী নৈৰ পানীয়ে এখন স্কুল খহাই নিয়াৰ দৃশ্য বন্দী হৈছে কেমেৰাত ৷ ভিডিঅ'টোত কোশী নৈৰ বৃদ্ধি পোৱা জলস্তৰে স্কুলখনৰ এটা অংশ উটুৱাই লৈ যায় ৷ উল্লেখ্য যে, ধাৰাষাৰ বৰষুণৰ ফলত কোশী নৈৰ লগতে বাগমতী, মহানন্দ আৰু গন্দক নৈৰ পানীয়ে বিপদসীমা পাৰ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.