জলপ্ৰবাহত যোগাভ্যাস.... - International Yoga Day
🎬 Watch Now: Feature Video
জনসাধাৰণক যোগ অভ্যাসৰ দিশে আকৰ্ষণ কৰাৰ উদ্দেশ্য তামিলনাডুৰ পালক ষ্ট্ৰেটৰ অৰ্থাৎ জলপ্ৰবাহৰ এটা যোগাভ্যাসৰ ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ কৰে ৷ সমগ্ৰ ৰাষ্ট্ৰতে ইতিমধ্যে পালন কৰা হৈছে আন্তঃৰ্জাতিক যোগ দিৱস ৷ সকলোৱে নিজৰ যোগাসনৰ বিভিন্ন ভিডিঅ' সামাজিক মাধ্যমৰ দ্বাৰা প্ৰচাৰ কৰিছে ৷ ইয়াৰ মাজতে তামিলনাডুৰ এই জলপ্ৰবাহৰ ভিডিঅ'টোৱে অধিক চৰ্চা লাভ কৰিছে ৷