ঘৰত কিদৰে সুৰক্ষিত থাকিব ! শুনক এগৰাকী চিকিৎসকৰ মুখেৰে .... - জ্যেষ্ঠ চিকিৎসক ডাঃ ৰবি কুমাৰ
🎬 Watch Now: Feature Video

দিনে দিনে বৃদ্ধি পাবলৈ লোৱা কৰ‘ণা ভাইৰাছৰ প্ৰকোপৰ পৰা সুৰক্ষিত থাকিবলৈ সাধাৰণ ৰাইজলৈ এইসমূহ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে নতুন দিল্লীৰ ফৰ্টিছ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ৰবি কুমাৰে ৷ চিকিৎসকগৰাকীয়ে প্ৰদান কৰা নিৰ্দেশনাসমূহ পালন কৰি নিজেও সুৰক্ষিত থাকক লগতে আনকো সুৰক্ষিত ৰাখক ৷