মল্লযোদ্ধা ৰবি দাহিয়া সম্পৰ্কে কি ক’লে প্ৰশিক্ষকে.. - ৰবি দাহিয়া
🎬 Watch Now: Feature Video

টকিঅ' অলিম্পিকত ভাৰতীয় মল্লযোদ্ধা ৰবি কুমাৰ দাহিয়াই ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতত এতিয়া ৰবিক লৈ সকলোৱে আনন্দ-উল্লাস কৰা দেখা গৈছে । তাৰ মাজতে ছত্ৰচাল ষ্টেডিয়ামত ৰবি কুমাৰ দহিয়াৰ প্ৰশিক্ষক আৰু সহযোগীয়ে নৃত্য কৰি আনন্দ প্ৰকাশ কৰা দেখা গৈছে ৷ ৰবিৰ প্ৰশিক্ষক ললিত কুমাৰে কয়, সৰুৰে পৰা ৰবিয়ে মল্লযোদ্ধাৰ প্ৰতি আকৰ্ষিত আছিল আৰু সেইবাবেই আজি দেশৰ কাৰণে টকিঅ’ত গৈ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷
Last Updated : Aug 5, 2021, 8:59 PM IST