দিল্লীৰ কৃষক আন্দোলনে জোকাৰিছে ৰাজ্যসভাৰ মজিয়া - Rajya Sabha
🎬 Watch Now: Feature Video
ৰাজ্যসভাত COVID-19 ৰ সকলো প্ৰট’কল পালন কৰি দৈনিক 5ঘন্টাৰ বাবেহে আৰম্ভ কৰা হৈছে ৰাজ্যসভাৰ কাম-কাজ ৷ সভাত কৃষি আইন প্ৰত্যাহাৰ কৰা,Covid 19 ইত্যাদিৰ সম্বন্ধে আলোচনা কৰা হয় ৷ বিশেষকৈ শুকুৰবাৰে ৰাতিপুৱা দিল্লীৰ কৃষক আন্দোলনে জোকাৰি গৈছে ৰাজ্যসভাৰ মজিয়া ৷