thumbnail

By

Published : Oct 4, 2021, 1:26 PM IST

ETV Bharat / Videos

গৃহবন্দী প্ৰিয়ংকাই ঝাড়ু মাৰি পৰিস্কাৰ কৰিলে ঘৰ

দেওবাৰে উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত সংঘটিত সংঘাতৰ খবৰ ল’বলৈ সোমবাৰে পুৱা খেৰীত উপস্থিত হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৷ কিন্তু গান্ধীক ঘটনাস্থলীলৈ যোৱাত বাধা প্ৰদান কৰা হয় ৷ ইয়াৰ বিপৰীতে তেওঁক সীতাপুৰ পুলিচ লাইনত গৃহবন্দী কৰি ৰখা হয় ৷ এই সময়তেই প্ৰিয়ংকা গান্ধীয়ে গৃহবন্দী কৰি ৰখা কোঠাটো ঝাড়ু মাৰি পৰিস্কাৰ কৰে ৷ এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ লগে লগেই সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷ চাওক কংগ্ৰেছ নেত্ৰীগৰাকীৰ এই ভিডিঅ’...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.