প্লাজমা দান ৰক্তদানৰ দৰেই মহান - Plasma Donner says if it save a life than do it
🎬 Watch Now: Feature Video

অনুজ শৰ্মা নামৰ কোভিড-১৯ আক্ৰান্ত ব্যক্তিগৰাকীয়ে এই ৰোগত আক্ৰান্ত ব্যক্তিৰ বাবে নিজৰ প্লাজমা দান কৰিছে । প্লাজমা দান কাৰ্য প্ৰায় ৪৫ মিনিট সময়ৰ ভিতৰত সম্পন্ন কৰে ব্যক্তিগৰাকীয়ে । এই অনুভৱৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, ৰক্তদানৰ দৰেই মহান প্লাজমা দানো ।