কেন্দ্ৰৰ 20 লাখ কোটি টকীয়া পেকেজ : কি বৰ্ণনা দিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ! - অৰ্থনীতি
🎬 Watch Now: Feature Video
লক্ ডাউনৰ সময়ত ক্ষতি হোৱা দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগবঢ়াইছে 20 লাখ কোটিটকীয়া পেকেজ ৷ এই পেকেজ সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে এখন সংবাদমেলযোগে আগবঢ়াই বিশদ বৰ্ণনা ৷ কি ক'লে নিৰ্মলা সীতাৰমণে জানিবলৈ চাওক....