কলকাতাৰ ভিক্টোৰিয়া মেম’ৰিয়েলত নেতাজীৰ জন্মজয়ন্তী উদযাপন - Netaji jayanti celebration at victoria memorial
🎬 Watch Now: Feature Video

কলকাতাৰ ভিক্টোৰিয়া মেম’ৰিয়েলত উদযাপন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ 123 সংখ্যক জন্মজয়ন্তী ৷ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ,পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সমন্বিতে কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷