National Tribal Dance Festival 2021: উজলিল উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি

By

Published : Oct 29, 2021, 9:43 PM IST

thumbnail
আদিবাসী মহোৎসৱ 2021 ত উজলিল উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি ৷ আদিবাসী মহোৎসৱ 2021 ৰ দ্বিতীয় দিনাৰ কাৰ্যক্ৰমত উজলিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ চানেকি বিভিন্ন কলা-সংস্কৃতি ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষ্টিয়ে মোহাচ্ছন্ন কৰিবলৈ সক্ষম হ’ল দৰ্শকৰ মন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.