গো-মূত্ৰৰে কেঞ্চাৰ আৰু কৰ'ণা ভাইৰাচ প্ৰতিকাৰৰ উপায় দিলে সুমন হৰিপ্ৰিয়াই

🎬 Watch Now: Feature Video

thumbnail
সদনত গো-মূত্ৰৰ প্ৰসংগ উল্লেখ কৰিলে হাজো সমষ্টিৰ বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াই ৷ বিধায়িকা গৰাকীৰ মতে গো-লাদ আৰু গো-মূত্ৰ কেঞ্চাৰৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷ তাৰোপৰি সমগ্ৰ চীনৰ লগতে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাচ নিৰাময়ৰ বাবেও গো-মূত্ৰ ব্যৱহাৰৰ কথা ক'লে সুমন হৰিপ্ৰিয়াই ৷ ই টি ভি ভাৰতৰ সৈতে হোৱা এটা আচুতীয়া সাক্ষাৎকাৰত কেনেকৈ গো-মূত্ৰৰে ৰোগ নিৰাময় কৰিব পাৰি সকলো বিৱৰি ক'লে বিধায়িকাগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.