প্ৰকৃততে কোন ছ'চিয়েল মিডিয়াত চৰ্চিত মনালিছা ভদ্ৰ ? - ছ'চিয়েল মিডিয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12176391-460-12176391-1623999428862.jpg)
ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে ওড়িশাৰ মনালিছা । ইউ টিউবত মনালিছাৰ এটাৰ পিছত আনটো ভিডিঅ' । এই ভিডিঅ'বোৰ চালে চকু থৰ হৈ ৰ'ব আপোনাৰো । ঘোঁৰা, বাইক, ট্ৰাক, ট্ৰেক্টৰ সকলো চলাব পাৰে মনালিছাই । কিন্তু এই মনালিছা প্ৰকৃততে কোন ? চাওঁ আহক আমাৰ এক প্ৰতিবেদন...