thumbnail

By

Published : Dec 21, 2020, 5:50 PM IST

ETV Bharat / Videos

ভাইৰেল ভিডিঅ' : কোলাটাম নৃত্যৰ মাজতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু এজনৰ

অন্ধ্ৰ প্ৰদেশৰ পূৱ গোদাবৰী জিলাত সংঘটিত হ'ল এক হৃদয়বিদাৰক দৃশ্য ৷ সুব্ৰমন্য ষষ্ঠী উপলক্ষ্যে আয়োজন কৰা কোলাটাম নৃত্য (পৰম্পৰাগত নৃত্য) কৰি থকাৰ সময়তে মৃত্যু এজনৰ ৷ শিনু বাবু নামৰ এজন লোকে নৃত্য কৰি থকাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ হঠাৎ ঢলি পৰে ৷ চিকিৎসকে লোকজন হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে ৷ সমগ্ৰ ঘটনাৰ দৃশ্য ভাইৰেল হৈ পৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.