চৰকাৰৰ আঁচনিক জম্মু-কাশ্মীৰবাসীয়ে সমৰ্থন জনাইছে: ৰাষ্ট্ৰপতি - The National Conference
🎬 Watch Now: Feature Video
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শুকুৰবাৰে বাজেট অধিবেশনৰ ভাষণত কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বাবে জন্মু-কাশ্মীৰত চৰকাৰে যিসমূহ আঁচনি ঘোষণা কৰিছে সেই সমূহ সমৰ্থন কৰা বুলি মন্তব্য প্ৰদান কৰিছে ৷ আনকি,জম্মু-কাশ্মীৰবাসীৰ সহযোগিতাৰ বাবে প্ৰথমবাৰৰ বাবে স্বাধীনভাৱে জিলা পৰিষদৰ নিৰ্বাচন সম্পন্ন হোৱা বুলি মন্তব্য প্ৰদান কৰিছে ৷ উল্লেখ্য যে,'The National Conference' আৰু 'PDF' নামৰ দল দুটাই যৌথভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল ৷ দল দুটাই যৌথভাৱে 110 খন আসন আৰু বিজেপিয়ে 75 খন আসন দখল কৰিবলৈ সক্ষম হৈছিল ৷