কোভিড 19ৰ ভাৰতৰ সামগ্ৰীক তথ্য - 78,003 গৰাকী লোক
🎬 Watch Now: Feature Video
ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ‘ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ,ক্ৰমাৎ বৃদ্ধি পাইছে দৈনিক আক্ৰান্তৰ হাৰ ৷ দেশত সৰ্বমুঠ 78,003 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ভাইৰাছত আক্ৰান্ত 2,549 গৰাকী লোকৰ মৃত্যু হৈছে ৷ আনহাতে এই ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে 26, 234 গৰাকী লোকে ৷