ঘূৰ্ণীবতাহ আম্ফানঃ দীঘা উপকুলৰ ব্যৱসায়ীক প্ৰতিষ্ঠান খালি কৰাৰ নিৰ্দেশ প্ৰশাসনৰ

🎬 Watch Now: Feature Video

thumbnail
ঘূৰ্ণীবতাহ আম্ফানৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে দীঘা উপকুলৰ সকলো ব্যৱসায়ীকে দোকানসমূহ খালি কৰাৰ বাবে আহ্বান জনাইছে প্ৰশাসনে । এনডিআৰএফ বাহিনীৰ এটি দলে সকলো সময়তেই ঘোষণা কৰি আছে । স্থানীয় লোকসকলক নিজৰ ঘৰৰ লগতে নিৰাপদ স্থানত থকাৰ বাবে আহ্বান জনোৱা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.