thumbnail

প্ৰত্যাহ্বানলৈ ভয় নাই, প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলৈ সাজুঃ মোডী

By

Published : Sep 8, 2019, 11:57 PM IST

দ্বিতীয়বাৰ বাবে ভাৰতৰ শাসনভাৰ হাতত লোৱা মোডী চৰকাৰে ইতিমধ্যে 100 দিন সম্পন্ন কৰিছে ৷ মোডী চৰকাৰৰ 100 দিনৰ খতিয়ান দেওবাৰে হাৰিয়ানাৰ ৰোহটকত অনুষ্ঠিত হোৱা এখন সভাত দাঙি ধৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ দেশৰ বিভিন্ন সমস্যাৰ সমাধান কৰিবলৈ বিজেপিক সমৰ্থন দিয়াৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে সভাত ভাৰতে কোনো প্ৰত্যাহ্বানলৈ ভয় নকৰে, বৰঞ্চ প্ৰত্যাহ্বানে ভাৰতক ভয় কৰিবলৈ আৰম্ভ কৰিছে আৰু আগলৈ এনেকুৱা প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলৈ সক্ষম বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ চাঁওক আমাৰ এই প্ৰতিবেদন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.