চিচিটিভি ফুটেজ : কোপ্পালাত চাৰি বাইকৰ সংঘৰ্ষ - চাৰিখন বাইকত প্ৰায় 7 জন আৰোহী আছিল
🎬 Watch Now: Feature Video
কৰ্ণাটকৰ কোপ্পালাত চাৰি বাইকৰ সংঘৰ্ষৰ এক ভিডিঅ' চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ চাৰিখন বাইকত প্ৰায় 7 জন আৰোহী আছিল ৷ ইয়াৰে এখন বাইকত এগৰাকী মহিলা আৰোহীও আছিল বুলি চিচিটিভি ফুটেজত প্ৰত্যক্ষ কৰা হৈছে ৷ এখন বাইকৰ চালকে হঠাতে পথ পাৰ হ'বলৈ চেষ্টা কৰাৰ ফলত পাচৰ পৰা আহি থকা তিনিখন বাইকে খুন্দা মাৰে ৷ ইয়াৰ পাচতে সকলো আৰোহী পথৰ মাজত বাগৰি পৰে যদিও কোনো লোক আঘাতপ্ৰাপ্ত নহয় ৷