ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ - 6th phase election
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3256859-thumbnail-3x2-el.jpg)
দেশৰ 7 খন ৰাজ্যৰ 59 টা লোকসভা সমষ্টিত পুৱা সাত বজাৰ পৰা আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ ৷ দিল্লী, হাৰিয়ানা, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত অনুষ্ঠিত হৈছে নিৰ্বাচন৷ ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব 968 গৰাকী প্ৰাৰ্থীৰ ৷