thumbnail

By

Published : Jun 13, 2021, 12:38 PM IST

Updated : Jun 14, 2021, 12:33 PM IST

ETV Bharat / Videos

৪০০ ৰো অধিক বিভিন্ন প্ৰকাৰৰ ঘড়ী থকা এটা বিশেষ বাসগৃহ

দক্ষিণ কৰ্ণাটকৰ চামৰাজনগৰত বিভিন্ন প্ৰকাৰৰ ঘড়ী থকা এটা বিশেষ ঘৰ ৷ ঘৰটোত আছে জনতা, কহিনুৰ, কাঞ্চন, পাইলট, চাংকিয়াকে ধৰি এইচ এম টি কোম্পানীৰ বিভিন্ন প্ৰকাৰৰ ঘড়ী । এই বিশেষ ঘৰটো হৈছে দক্ষিণ কৰ্ণাটকৰ চামৰাজনগৰৰ শিক্ষক পোন্নাচি মহাদেৱস্বামীৰ ৷ বৰ্তমান ম’বাইলৰ যুগত ঘড়ী পিন্ধা লোকৰ সংখ্যা কমি আহিছে । অৱশ্যে এই শিক্ষকজনে যোৱা এবছৰ ধৰি ক্ৰয় কৰি আহিছে বিভিন্ন মডেলৰ ঘড়ী । লক ডাউনৰ সময়ত তেওঁ ঘড়ী মেৰামতিৰ প্ৰশিক্ষণ লৈছিল । তেওঁ সম্প্ৰতি য়েলাণ্ডুৰুৰ বিআৰপি । প্ৰথমে তেওঁ শ্ব'ৰুম, ঘড়ীৰ দোকান আৰু অনলাইনত সংগ্ৰহ কৰিছিল এইচ এম টি ঘড়ী । এতিয়া তেওঁৰ ওচৰত আছে ৪০০ তকৈও অধিক ঘড়ী । চাওক ইটিভি ভাৰতৰ এই বিশেষ প্ৰতিবেদন-
Last Updated : Jun 14, 2021, 12:33 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.