পৰিয়ালৰ শ-শ বছৰ পুৰণি বাসন্তী পূজাত দেবীৰ উপাসনাত মগ্ন জয়ন্ত মল্ল বৰুৱা - বসন্ত কালত কৰা পূজা বাবে বাসন্তী পূজা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14973869-thumbnail-3x2-sdjcsd.jpg)
আজি মহাষ্টমী । নলবাৰীত শ্ৰীশ্ৰী মা দেৱীক দূৰ্গা বাসন্তীৰ ৰূপত কৰা হয় পূজা অৰ্চনা । বসন্ত কালত কৰা পূজা বাবে বাসন্তী পূজাৰূপে বিদিত এই পূজা নলবাৰীতো বিভিন্ন স্থানত উলহ মালহেৰে পালন কৰা হয় । উল্লেখ্য যে, নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ বংশ পৰিয়ালে প্ৰায় তিনিশ বছৰে পালন কৰি আহিছে বাসন্তী পূজা (Basanti Puja celebration at Jayanta Malla Baruah residence) । নৱৰাত্ৰিৰ ৰূপত চলি অহা এই পূজা এইবাৰো অনুষ্ঠিত কৰা হয় জয়ন্ত মল্ল বৰুৱাৰ বাসগৃহত । শনিবাৰে মহা অষ্টমী বিহিত পূজা অৰ্চনা কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই । উল্লেখ্য যে বসন্ত কালত কৰা পূজাহে আচল দূৰ্গা পূজাৰূপে চৰ্চিত হৈ আহিছে ।
Last Updated : Feb 3, 2023, 8:22 PM IST