thumbnail

ইউক্ৰেইনৰ পৰা অসমলৈ ঘূৰি অহা ছাত্ৰীৰ বৰ্ণনা :বাংকাৰৰ ভিতৰতে দুদিন লুকাই আছিলো আমি

By

Published : Mar 5, 2022, 6:44 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

ইউক্ৰেইনৰ ভিনিৎসা বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি আছে ৰহাৰ গড়মাৰীৰ ভাৰ্গৱী গগৈয়ে ৷ 24 তাৰিখে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ (Russian invasion of Ukraine) কৰাৰ পিছত সতীৰ্থ সকলৰ সৈতে বাংকাৰৰ ভিতৰতে দুদিন লুকাই আছিল তেওঁ ৷ ভাৰ্গৱীসহ একাংশ ভাৰতীয় শিক্ষাৰ্থীয়ে যোৱা ২৮ ফেব্ৰুৱাৰীত যুদ্ধভূমি ইউক্ৰেইনৰ পৰা অতি কষ্টৰে সীমান্ত পাৰ হৈ ৰোমানিয়াত উপস্থিত হৈছিল (Indian student stranded in Ukraine) । চাও আহক এই যাত্ৰাৰ বৰ্ণনা ছাত্ৰী গৰাকীৰ মুখেৰেই ৷
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.