ব্যৰ্থ চৰকাৰে 'The Kashmir files'ৰ আশ্ৰয় লৈছে : লুৰীণজ্যোতি গগৈ - অজাপ সভাপতি লুৰীণজ্যোতি গগৈ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14852648-thumbnail-3x2-ghvfh.jpg)
নলবাৰীত অজাপ সভাপতি লুৰীণজ্যোতি গগৈৰ দাবী, বিজেপি চৰকাৰ কাম কৰাত অসফল হোৱাৰ বাবেই 'দ্যা কাশ্মীৰ ফাইলচ'ৰ দৰে ছবিৰ আশ্ৰয় ল’ব লগীয়া হৈছে ৷ কাশ্মীৰৰ বিতাড়িত হিন্দু পণ্ডিতক সংস্থাপন (establishment of Kashmiri pandits) দিয়াত চৰকাৰক ব্যৰ্থ আখ্যা দি মূল দায়িত্ব সম্পন্ন নকৰি ধৰ্মীয় উন্মাদনাৰ মাজলৈ ঠেলি দিয়া বুলিও চৰকাৰক সমালোচনা লুৰীণজ্যোতি গগৈৰ ৷
Last Updated : Feb 3, 2023, 8:21 PM IST