বিলাসীপাৰাত ঝাণ্ডি মুণ্ডা জুৱাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান - Gambling in Bilashipara
🎬 Watch Now: Feature Video

বিলাসীপাৰা চহৰত ঝাণ্ডি মুণ্ডা জুৱাৰ বিৰুদ্ধে মহকুমা দণ্ডাধীশ আৰু আৰক্ষীৰ অভিযান(Gambling in Bilashipara) । উল্লেখ্য যে,বিলাসীপাৰা চহৰৰ চি,আই কাৰ্যালয়ৰ সমীপত পাৰবীন হোটেলৰ পিছফালে ঝাণ্ডি মুণ্ডা জুৱা খেল চলি থকাৰ খবৰ লাভ কৰিছিল প্ৰশাসনে ৷ সেই খবৰৰ ভিত্তিতে শনিবাৰে বিয়লি ঝাণ্ডি মুণ্ডা জুৱা খেলৰ সা-সামগ্ৰীসহ, ঝাণ্ডি মুণ্ডা খেলি গ্ৰুপ আৰু জুৱাৰীক প্ৰশ্ৰয় দিয়া পাৰবীন হোটেল ছীল কৰে প্ৰশাসনে (Administration's campaign against Gambling at Bilasipara) । অৱশ্যে অভিযানকাৰী দলৰ আগমনৰ উমান পাই উক্ত ঘটনাস্থলীৰ পৰা পলায়ন কৰে ঝাণ্ডি মুণ্ডা জুৱাৰীৰ দল আৰু হোটেলৰ কৰ্তৃপক্ষই ।
Last Updated : Feb 3, 2023, 8:17 PM IST