Lanka doctor assault case: মহিলাসহ 33 জনক আদালতত হাজিৰ - Lanka doctor attack case

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 31, 2022, 9:50 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

বিগত বৰ্ষৰ 1 জুন তাৰিখে লংকাৰ উদালী আদৰ্শ চিকিৎসালয়ত কৰ্তব্যৰত চিকিৎসক সেউজ কুমাৰ সেনাপতিক কৰা আক্ৰমণৰ ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰা মহিলাসহ সৰ্বমুঠ 33 জন অভিযুক্তক কটকটীয়া নিৰাপত্তাৰ মাজেৰে শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰোৱা হয় (33 accused including women in Lanka doctor attack case produced court) ৷ ঘটনা সন্দৰ্ভত দুগৰাকী চৰকাৰী পক্ষৰ সাক্ষীকো আদালতত হাজিৰ কৰোৱা হয় ৷ এই ঘটনাৰ বাবে সৰ্বমুঠ 47 গৰাকী চৰকাৰী সাক্ষীৰ ভিতৰত বৰ্তমানলৈকে 20 গৰাকী সাক্ষীয়ে সাক্ষী প্ৰদান কৰিছে ৷ উল্লেখ্য যে, উন্মাদ দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল উদালী ক’ভিড কেয়াৰ কেন্দ্ৰৰ কৰ্তব্যৰত চিকিৎসক ডাঃ সেউজ সেনাপতি ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.