সৰগীয় প্ৰেমৰ নাৰকীয় পৰিণতি - প্ৰেম এক সৰগীয় অনুভূতি
🎬 Watch Now: Feature Video
প্ৰেম ! বহুতেই কয়, প্ৰেম দুটি বৰ্ণৰ এটি মিঠা শব্দ ৷ কোনো আকৌ কয়, প্ৰেম এক সৰগীয় অনুভূতি ৷ পিছে আমি যি ঘটনা বৰ্ণনা কৰিবলৈ লৈছো, তাৰ পাচত আপোনাৰো হয়তো প্ৰেমৰ প্ৰতি থকা ধাৰণা সলনি হ’ব (Women kills boyfriend and former husband in Assam)৷
Last Updated : Feb 3, 2023, 8:18 PM IST