thumbnail

By

Published : Mar 7, 2022, 7:52 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

ETV Bharat / Videos

গোৱালপাৰাত গৃহৰক্ষী বাহিনীৰ অনিৰ্দিষ্টকালীন অসহযোগ কৰ্মবিৰতি

সদৌ অসম প্ৰশিক্ষনপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ আহ্বান মৰ্মে গোৱালপাৰা জিলা কমিটিয়েও আজিৰে পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰে । সোমবাৰে পূৱা ৬ বজাৰ পৰা সকলো গৃহৰক্ষীয়ে কৰ্মৰ পৰা বিৰত থাকি জিলা উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত ধৰ্মঘট পালন কৰে (Strike of home guards) । পুৰুষ-মহিলা সকলো গৃহৰক্ষীৱে হাতে হাতে প্লে-কাৰ্ডলৈ কৰ্মবিৰতিৰে ধৰ্মঘটত বহে। গৃহৰক্ষী সকলে দাবী জনায় যে, গৃহৰক্ষী জোৱান সকলৰ চাকৰি নিয়মীয়াকৰন কৰাৰ ব্যৱস্থা কৰক । সমান কামৰ সমান দৰমহা তৎকালিন ভাৱে আদায় দিয়ক । গৃহৰক্ষী জোৱান সকলৰ মকৰলৰ ক্ষেত্ৰত Online Development System বন্ধ কৰক। চৰকাৰে এই দাবী সমূহ মানি নললে আত্মজাহ দিয়াৰ ভাবুকিও প্ৰদান কৰে গৃহৰক্ষী জোৱান সকলৰ জিলা সম্পাদক আব্দুল হাকিমৰ ।
Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.