DU PGSU elections: নাহৰৰ দেশত আছুৰ আধিপত্য - নাহৰৰ দেশত আছুৰ আধিপত্য
🎬 Watch Now: Feature Video
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন (DU PGSU election)ত আছুৰ আধিপত্য । সভাপতি-সম্পাদক সহ ১৪ টা পদত আছুৰ দখল । জয়ী প্ৰাৰ্থীসকল হৈছে সভাপতি বিকাশ মিছং, উপ সভাপতি পাৰ্থ প্ৰতীম সোণোৱাল, সাধাৰণ সম্পাদক অভিলাষ শইকীয়া, সহঃ সাধাৰণ সম্পাদক ঋতুপৰ্ণ দাস, আলোচনী সম্পাদক নৱজ্যোতি বড়া, সাংস্কৃতিক সম্পাদক পূৰৱী বৰগোঁহাই, তৰ্ক আৰু আলোচনা বিভাগৰ সম্পাদক মৃদুপৱন দত্ত, সাধাৰণ ক্ৰীড়া সম্পাদক নিখিল বৰুৱা, আন্তঃ ক্ৰীড়া সম্পাদক মৃণাল দত্ত, ছাত্ৰ জিৰণি কোঠা সম্পাদক কুণাল লয়ন ভূঞা, ছাত্ৰী জিৰণি কোঠা সম্পাদিকা লাভলীনা ফুকন, সমাজ সেৱা সম্পাদক ৰিছা বৰঠাকুৰ আৰু শৰীৰ চৰ্চা বিভাগৰ সম্পাদক ইন্দ্ৰানী অন্নেশা ভৰদ্বাজ ৷
Last Updated : Feb 3, 2023, 8:11 PM IST