Eco Sensitive Zone: কলিয়াবৰৰ লেপ্ৰ'চি কলনিত কান্দোনৰ ৰোল

By

Published : Mar 25, 2022, 10:19 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

thumbnail

ৰাজ্যিক কেবিনেটত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক'ৰিডৰ আৰু পৰিৱেশ-সংবেদনশীল অঞ্চল (Eco Sensitive Zone in Kaziranga)সম্পৰ্কে সিদ্ধান্ত গ্ৰহণৰ পিছতে এখন কলনিৰ প্ৰায় দুই শতাধিক লোক শংকিত হৈ পৰিছে । মহাত্মা গান্ধীৰ সপোনক বাস্তৱ ৰূপ দি বি. কে. ভাণ্ডাৰীয়ে ভাৰত স্বাধীন হোৱাৰ পূৰ্বৰে পৰা কলিয়াবৰৰ পূৱ প্ৰান্তত কুঠৰীত কুষ্ঠ কল্যাণ আশ্ৰম নিৰ্মাণ কৰিছিল ১৯৫০ চনত । এচিয়া মহাদেশৰ ভিতৰতে প্ৰথমখন কুষ্ঠ কল্যান আশ্ৰমক লেপ্ৰ'চি কলনি নামাৰেও জনজাত । কিন্তু কেবিনেটত কলনি নামেৰে সংৰক্ষিত বনাঞ্চল ঘোষণা সিদ্ধান্তত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাশ্বৱৰ্তী কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কলনিৰ ৰাইজৰ মাজত ।

Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.