চকুৰ সন্মুখতে মুহূৰ্ততে খহি পৰিল দুমহলীয়া অট্টালিকা - খহি পৰিল দুমহলীয়া ঘৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16154110-thumbnail-3x2-kfjs.jpg)
ডাৱৰ বিস্ফোৰণৰ শিহৰণকাৰী পৰিণতি (Cloudburst in Uttarakhand)৷ কেমেৰাৰ সন্মুখতে 5 ছেকেণ্ডৰ ভিতৰতে খহি পৰিল এটা অট্টালিকা (Two storey house collapsed)৷ উত্তৰাখণ্ডত সংঘটিত হৈছে এই শিঁহৰণকাৰী ঘটনাটো ৷ ডাৱৰ বিস্ফোৰণৰ ফলত তীব্ৰ গতিত নদীৰ জলপৃষ্ঠ বাঢ়ি অহাত চকুৰ সন্মুখতে খহি পৰিল দুমহলীয়া অট্টালিকাটো৷(House collapsed in river in Uttarakhand) ৷ দুৰ্ঘটনাৰ সম্ভাৱনা দেখি বাহিৰলৈ ওলাই অহাত কোনোমতে প্ৰাণ ৰক্ষা পৰে ঘৰৰ সদস্যসকলৰ ৷
Last Updated : Feb 3, 2023, 8:27 PM IST