তেজপুৰত হাতীৰ দাঁতসহ এজনক গ্ৰেপ্তাৰ - Wildlife smuggling in Tezpur
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15259336-thumbnail-3x2-xjcn.jpg)
তেজপুৰৰ বটামাৰিত জব্দ কৰা হৈছে হাতীৰ দাঁত (Tusk seized in Tezpur)। বন বিভাগৰ চকুত ধূলি দি এচাম চোৰাং চিকাৰীয়ে এতিয়াও অবৈধভাৱে সৰবৰাহ কৰি আছে বন্য জীৱ জন্তুৰ অংগৰ বেহা । বুধবাৰে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি হাতীৰ দাঁতসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ কৰা লোকজন চটাই চাপৰিৰ জামাল উদ্দিন বুলি জনা গৈছে । জব্দ কৰা হাতীৰ দাঁতটোৰ ওজন দুই কেজি ৭০০ গ্ৰাম ৷
Last Updated : Feb 3, 2023, 8:23 PM IST