Teok Labour Injured : টীয়কৰ উমাবাৰী চাহ ফেক্টৰীৰ শ্ৰমিকে হেৰুৱালে ৩ টাকৈ আঙুলি - Tea factory labour injured in Teok

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 9, 2022, 11:15 AM IST

Updated : Feb 3, 2023, 8:26 PM IST

পুনৰ মইনা নায়ক ঘটনাসদৃশ ঘটনা সংঘটিত হৈছে টীয়কৰ উমাবাৰী চাহ বাগিচাত (Like Maina Nayak incident in Tiyok) । ভাইটি গোৱালা নামৰ এজন শ্ৰমিক ফেক্টৰীত কৰ্মৰত অৱস্থাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত । সমগ্ৰ ঘটনা অন্ধকাৰত ৰখাৰ ষড়যন্ত্ৰ বাগিচা মালিক পক্ষৰ । ৩টাকৈ আঙুলি হেৰুৱালে ভাইটি গোৱালাই । ভাইটি গোৱালা উমাবাৰী চাহ বাগিচাৰ অস্থায়ী কৰ্মচাৰী (Umabari tea estate in Tiyok) । যোৱা ১৫ জুলাইত উক্ত ঘটনাটো সংঘটিত হৈছিল যদিও মালিক পক্ষৰ চক্ৰান্তত পোহৰলৈ অহা নাছিল সমগ্ৰ ঘটনাটো ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.