Rice Paddy Cutting Combine Harvester Machine: বিহালীৰ পথাৰত ধান কটা-মৰণা মৰা বিশেষ মেচিন - বিহালীৰ পথাৰত বিশেষ মেচিন
🎬 Watch Now: Feature Video
বিশ্বনাথৰ গহপুৰৰ পথাৰত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে নমোৱা হ'ল Combine Harvester নামৰ ধান কটা মৰণা মৰা মেচিন । অসম চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা এপাৰ্ট আঁচনিৰ অধীনত গুপ্তকাশী ফাৰ্মাচ কোম্পানীৰ সহযোগত গহপুৰৰ পূব ডুবিয়া কৃষি পথাৰত এই মেচিনৰ জৰিয়তে ধান কটা, মৰণা মৰা কাৰ্যৰ শুভাৰম্ভ কৰা হয়(Combine harvester machine at gohpur paddy field) । উক্ত কাৰ্যসূচীত উপস্থিত থাকে কৃষি বিভাগৰ বিষয়া তথা কৰ্মচাৰী । ঘন্টাৰ চাৰি লিটাৰ তেল পোৰা এই মেচিনৰ জৰিয়তে আহিবলগীয়া ধান চপোৱাৰ দিন কেইটাত প্ৰায় ৫০০ গৰাকী কৃষকে এই মেচিনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব ।
Last Updated : Feb 3, 2023, 8:31 PM IST