Modis reply to Kharge: ৰামৰ অস্তিত্ব বুজি নাপায় বাবেই ৰামভক্ত মোদীক ৰাৱণ সজাইছে কংগ্ৰেছে

By

Published : Dec 1, 2022, 2:54 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail
‘‘পৰাজয় অব্যাহত আছে বাবে কংগ্ৰেছৰ মানসিক ভাৰসাম্যৰ অৱনতি ঘটিছে (PM Modi to Mallikarjun Kharge) ৷ মই গুজৰাটৰ, আপোনালোকে মোৰ ওপৰত এটা ডাঙৰ বক্তব্য দিছে । প্ৰতিবাৰেই কংগ্ৰেছে ঘূৰাই ঘূৰাই কথা কৈছে ৷ কোমল ভাষাত কথা পাতিছে, কংগ্ৰেছ ৰিম’ট কণ্ট্ৰ’লেৰে চলি আছে । খাৰ্গে জীক মই সন্মান কৰো, কংগ্ৰেছে একো গুৰুত্ব নিদিয়ে ৷ ৰামভক্তৰ দেশত ৰামভক্ত মোডীক ৰাৱণ বুলি কোৱা হৈছিল । কংগ্ৰেছে বুজি নাপায় ৰামৰ অস্তিত্ব। ৰাম সেতুৰ লগত কংগ্ৰেছৰ সমস্যা’’ (Modi Kharge debate)। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই প্ৰধানমন্ত্ৰী মোডীক ৰাৱন বুলি অভিহিত কৰা মন্তব্যৰ এইদৰে প্ৰত্যুত্তৰ দিলে মোদীয়ে ৷
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.