Anand Sharma Operation: তিনি ঘন্টা ধৰি চলা আনন্দ শৰ্মাৰ জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন

By

Published : Dec 1, 2022, 4:38 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail
তিনি ঘন্টা ধৰি চলা জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হ’ল আনন্দ শৰ্মাৰ (Anand Sharma Operation) ৷ আদিত্য নাৰ্চিং হোমত নিউৰ'চাৰ্জনৰ অভিজ্ঞ চিকিৎসক ডাঃ অনিল পান্নালালৰ (DR. Anil Pannalal) নেতৃত্বত পাঁচজনীয়া চিকিৎসকৰ দলে প্ৰায় তিনি ঘন্টা ধৰি জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে ৷ আনহাতে তিনিদিনৰ পিছতে বিছনাৰ পৰা উঠাই দি এসপ্তাহৰ পিছত খোজ কাঢ়িবলৈ দিয়া হ'ব আনন্দক। খুব সোনকালে সুস্থ অৱস্থালৈ উভতিব বুলি প্ৰকাশ কৰিছে আদিত্য নাৰ্চিংহোমৰ স্বত্বাধিকাৰী ডাঃ নিৰ্মল চাহেৱালাই (Owner Dr Nirmal Chahewala) ৷
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.